ৰাজ্যত পুনৰ YELLOW ALERT জাৰি ।আগন্তুক তিনি-চাৰি দিনলৈ ৰাজ্যত মুষলধাৰ বৰষুণ পূ্ৰ্ণ সম্ভাৱনা জাৰি কৰে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ ৫খনকৈ জিলাত সতৰ্কবাণী জাৰি কৰিছে আনঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।যিকোনো মুহুৰ্ততে বতৰে কাল ৰূপ ধাৰণ কৰিব পৰে বুলি ঘোষণা কৰে বতৰ বিজ্ঞান কেন্দ্ৰই।কোনো কোনো জিলাত অহা ২১ মাৰ্চ পৰ্য্যন্ত লৈকে ধাৰাষাৰ বৰষুণ আগমণৰ জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অহা কাইলৈ পৰা চিৰাং, বঙাইগাওঁ, কোকৰাঝাৰ, ধুবুৰি আৰু দক্ষিণ শালমৰাত বিশেষকৈ প্ৰবল বৃষ্টিৰ আগজাননী জাৰি কৰিছে। এইকেইখন জিলাৰ লোকসকলক সাৱধাণে থাকিবলৈ আহ্বান বতৰ বিজ্ঞান কেন্দ্ৰৰ।
ঠিক তেনেদৰেই ১৯ আৰু ২০ তাৰিখেও কেইবাখনো জিলাত ইয়েল্ল এলাৰ্ট জাৰি কৰা হৈছে। ধেমাজি, শিৱাসাগৰ, চৰাইদেও, ডিব্ৰুগড়, তিনিচুকিয়াতো ধাৰাষাৰ বৰষুণৰ পূৰ্ণ সম্ভাৱনা।ইতিমধ্যে ৰাজ্যৰ কিছু কিছু প্ৰান্তত বৰষুণ পৰা পৰিলক্ষিত হৈছে।আগন্তুক তিনিদিনলৈ ৰাজ্যবাসীয়ে সাৱধানে থকাৰ সময় আহি পৰিছে বুলি সতৰ্কবাণী জাৰী কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই।
সমান্তৰাকৈ এই বৰষুণে কিন্তু ৰাজ্যবাসীক কিছুদিন ধৰি ফাগুৰ এই সময়চোৱাত বাট পথৰ প্ৰচোৰ পৰিমাণৰ ধুলিময় পৰিবেশৰ পৰা যেন সকাহ দিয়াত এজাক বৰষুণৰ যথেষ্টৰ প্ৰয়োজনৰ পৰিলক্ষিত হৈছে।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You're visiting the official website of NEBharat24. NEBharat24 is a digital media platform based Guwahati, Assam that brings you latest updates from the entire North Eastern region of India along with various news from National and International scenario.
Prev Post
Next Post
You might also like