আজি ১৯ মাৰ্চ

➡️১৮০৯ চনত ৰুছ নাট্যকাৰ, সাহিত্যিক নিকোলাই গগলৰ জন্ম।
➡️১৯১৩ চনত খ্ৰীষ্টান মিছনেৰী আৰু অভিযাত্ৰী ডেভিড লিভিংছোনৰ স্কটলেণ্ডত জন্ম।
➡️১৯৭২ চনত ভাৰত আৰু বাংলাদেশৰ মাজত ২৫ বছৰৰ বাবে শান্তি আৰু মৈত্ৰী চুক্তি স্বাক্ষৰিত।
➡️১৯৯৮ অটল বিহাৰী বাজপেয়ী দ্বিতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী। ২০০৪ চনৰ ২২ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰে।
➡️আজিৰ দিনটোতে প্ৰবীণ কনিউনিষ্ট নেতা, কেৰেলাৰ প্ৰথম মুখ্য মন্ত্ৰী ই এম এছ নাম্বুদিৰিপদৰ মৃত্যু।
➡️২০০৬ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰাক্তন মুখ্য মন্ত্ৰী গোলাপ বৰবৰাৰ ৮৩ বছৰ বয়সত মৃত্যু।
➡️২০০৭ চনত পাক ক্ৰিকেট প্ৰশিক্ষক বব উলমাৰক ৫৮ বছৰ বয়সত মৃত অৱস্থাত জামাইকাৰ এখন হোটেলত উদ্ধাৰ।

You might also like
Leave A Reply

Your email address will not be published.