আজি ৫ জুন

বিশ্ব পৰিৱেশ দিৱস।

ছিচিলিৰ স্বাধীনতা দিৱস।

ছার্বিয়ার মুক্তি দিৱস।

➡️১২৬৫ ইটালীৰ কবি ডাণ্টেৰ জন্ম।

➡️১৬৫৯ ঔৰংগজেৱৰ আলমগীৰ উপাধি গ্রহণ।

➡️১৭৮৩ ফ্ৰান্সৰ মন্টিগ’লফিৰ ভাতৃদ্বয়ৰ প্ৰথম বেলুনৰ, উৰণ। এই বছৰৰে ১৯ ছেপ্টেম্বৰত তেওঁলোকে এটা কুকুৰা, এটা ভেড়া আৰু এটা হাঁহ বেলুনত ভৰাই উৰুৱায়। মাটিত বাস কৰা অধিবাসীৰ ভিতৰত এইকেইটাই আছিল প্রথম আকাশযাত্রী।

➡️১৮৭৫ স্কটলেণ্ডৰ পদার্থ-বিজ্ঞানী আলেকজেণ্ডাৰ গ্ৰাহাম বেলৰ টেলিফোন আৱিষ্কাৰ।

➡️১৮৯৯ স্পেইনৰ কবি, নাট্যকাৰ ফেডেরিকা গাছিয়া লৰকাৰ জন্ম।

➡️১৯৮৪ পঞ্জাবত উগ্ৰপন্থীৰ কাৰ্যকলাপ দমনৰ অৰ্থে অমৃতসৰৰ স্বর্ণ মন্দিৰত সেনাৰ অভিযান। সেনাৰ এই অভিযান ‘অপাৰেচন ব্লু ষ্টাৰ’ নামে জনাজাত।

➡️২০০৩ অসমৰ ৰাজ্যপাল ৰূপে অজয় সিঙৰ শপত গ্ৰহণ।

➡️২০০৮ চনৰ ৩ জুলাইলৈকে তেওঁ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰে।

You might also like
Leave A Reply

Your email address will not be published.