⏩১৬২৩ চনত ফৰাচী গণিতজ্ঞ,পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম।
⏩১৯৮১ চনত প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ “এপল” (Ariane Passenger Payload Experiment ) দক্ষিণ আমেৰিকাৰ ফ্ৰান্স গিয়েনাৰ কুৰুৰ(Kourou) পৰা সফলতাৰে উৎক্ষেপণ।৬৭০ কিলোগ্ৰাম ওজনৰ এই যোগাযোগ উপগ্ৰহ উৎক্ষেপণেৰে যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰতৰ পঞ্চম স্থান লাভ।
⏩১৯৪৭ চনত ভাৰত জাত ইংৰাজ লেখক ছলমান ৰুশ্বদীৰ মুম্বাইত জন্ম।
⏩১৯৫৩ চনত ছোভিয়েট ৰাছিয়াৰ হৈ চোৰাংচোৱাদগিৰি কৰাৰ অপৰাধত মাৰ্কিন দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড। স্বাধীন আমেৰিকাত মৃত্যুদণ্ড দিয়া এওঁলোকেই প্ৰথম মাৰ্কিন নাগৰিক।