আজি ১৯ জুন

১৬২৩ চনত ফৰাচী গণিতজ্ঞ,পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম।

⏩১৬২৩ চনত ফৰাচী গণিতজ্ঞ,পদাৰ্থবিদ ব্লেইজ পাস্কেলৰ জন্ম।

 

⏩১৯৮১ চনত  প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ   “এপল” (Ariane Passenger Payload Experiment ) দক্ষিণ আমেৰিকাৰ ফ্ৰান্স  গিয়েনাৰ কুৰুৰ(Kourou)  পৰা সফলতাৰে উৎক্ষেপণ।৬৭০  কিলোগ্ৰাম ওজনৰ  এই যোগাযোগ উপগ্ৰহ উৎক্ষেপণেৰে  যোগাযোগ উপগ্ৰহ নিৰ্মাণ আৰু উৎক্ষেপণত ভাৰতৰ পঞ্চম স্থান  লাভ।

 

⏩১৯৪৭ চনত  ভাৰত জাত ইংৰাজ লেখক ছলমান ৰুশ্বদীৰ মুম্বাইত জন্ম।

 

⏩১৯৫৩ চনত ছোভিয়েট ৰাছিয়াৰ  হৈ চোৰাংচোৱাদগিৰি কৰাৰ অপৰাধত মাৰ্কিন দম্পতী এথেল ৰোজেনবাৰ্গ আৰু  জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড। স্বাধীন আমেৰিকাত মৃত্যুদণ্ড দিয়া এওঁলোকেই প্ৰথম মাৰ্কিন  নাগৰিক।

You might also like
Leave A Reply

Your email address will not be published.