আজি ৫ আগষ্ট

১৯৯৮ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ ৭৬ বছৰ বয়সত মৃত্যু ।

৫ আগষ্ট

১৮৫০ ফৰাচী কথাশিল্পী গি দা মোপাছাঁৰ জন্ম ।

১৯৩০  চন্দ্ৰত ভৰি দিয়া প্ৰথম ব্য়ক্তি নীল আৰ্মষ্ট্ৰঙৰ জন্ম ।

১৯৬২ মোহময়ী অভিনেত্ৰী মেৰিলীন মন্ৰোৰ মৃত্যু ।

১৯৫০ অসমৰ প্ৰথম মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈৰ মৃত্যু ।

১৮৯৫ সমাজবাদৰ অন্যতম প্ৰবক্তা তথা কাৰ্ল মাৰ্ক্সৰ সহযোগী ফ্ৰেডৰিক এন্জেলৰ মৃত্যু ।

১৯৫৪ নতুন দিল্লীত ললীত কলা একাডেমীৰ উদ্ৱোধন ।

১৯৬৩ পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি স্ৱাক্ষৰিত ।

১৯৯১ ন্যায়াধীশ লীলা শেঠৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথমগৰাকী মহিলা বিচাৰপতি ৰূপে কাৰ্যভাৰ গ্ৰহণ ।

১৯৯৮ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ ৭৬ বছৰ বয়সত মৃত্যু ।

১৯৬০ পশ্চিম আফ্ৰিকাৰ ভূমিবদ্ধ দেশ বাৰকিনা ফাছোৰ স্ৱাধীনতা লাভ ।

১৯৫৭ জাৰ্মান বিজ্ঞানী হাইনৰিখ অটো ভিলাণ্ডৰ মৃত্যু । তেওঁ ১৯২৭ চনত ৰসায়ন- বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল ।

 

You might also like
Leave A Reply

Your email address will not be published.