হাইলাকান্দিত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ

ব্যুৰ’ ৰিপ’ৰ্ট: হাইলাকান্দিত বুজন পৰিমাণৰ য়াবা টেবলেট জব্দ। হাইলাকান্দি আৰক্ষীৰ অভিযানত জব্দ এই বুজন পৰিমাণৰ য়াবা টেবলেট। অভিযানত জব্দ প্ৰায় ৫ হাজাৰ য়াবা টেবলেট। হাইলাকান্দিৰ ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইপাছত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে য়াবা টেবলেটখিনি ।

Related Posts

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হুচেইন উদ্দিন লস্কৰ আৰু ধ্ৰুৱ চাহু নামৰ দুই সৰবৰাহকাৰীক । ধৃত যুৱক দুজনৰ ঘৰ হাইলাকান্দি চহৰত। লগতে ধৃত যুৱকদ্বয়ৰ পৰা এখন স্কুটি আৰু এটা মোবাইল ফোনও জব্দ কৰিছে আৰক্ষীয়ে। জব্দকৃত টেবলেটখিনিৰ মূল্য ১৫ লাখ টকা হ’ব বুলি অনুমান আৰক্ষীৰ।।

You might also like
Leave A Reply

Your email address will not be published.