সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী

জম্মু কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান । কুলাগামত চলা অভিযানত আজি পূৱাই সেনাৰ গুলীত নিহত এটা সন্ত্ৰাসবাদী। ঘটনাৰ পাছতে সমগ্ৰ অঞ্চলত মোতায়ন কটকটীয়া নিৰাপত্তা বেষ্টনী।।

You might also like
Leave A Reply

Your email address will not be published.