সাৱধান আৰু সৰ্তক হওক!

দেশত নতুন ৰোগ গুইলেন বেৰীৰ প্ৰাদুৰ্ভাৱ

সাৱধান আৰু সৰ্তক হওক!

 

দেশত নতুন ৰোগ গুইলেন বেৰীৰ প্ৰাদুৰ্ভাৱ

 

১৫০ জন লোকৰ দেহত পোৱা গৈছে গুইলেন বেৰীৰ লক্ষণ

 

দেশৰ বিভিন্ন প্ৰান্তত ভয়াবহভাৱে বৃদ্ধি পাইছে এই মাৰাত্মক ৰোগবিধ

 

মহাৰাষ্ট্ৰত এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছে ১জন লোকৰ

 

লক্ষণসমূহঃ  📌মাংসপেশী দুৰ্বল

 

📌শৰীৰ অংগ-প্ৰত্যংগ বিকল

 

📌শ্বাস-প্ৰশ্বাসজনিত সমস্যা

 

📌ভৰিৰ সন্ধালন অৰ্থাৎ খোজকাঢ়িব নোৱাৰা

 

এনেবোৰ সমস্যাই দেখা দিলে চিকিৎসকৰ পৰামৰ্শ লওক। 

You might also like
Leave A Reply

Your email address will not be published.