নিউজ ডেস্ক: বহু প্ৰতীক্ষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল আজি পুৱা ১০.৩০ বজাত ঘোষণা কৰা হ’ব। এইবাৰৰ পৰীক্ষাত প্ৰায় ৩ লাখ ৩০ হাজাৰ ছাত্ৰ-ছাত্ৰী বহিছিল পৰীক্ষাত।
জিলাভিত্তিক ফলাফলৰ তালিকা (কলা শাখা)
বজালী ৮৭.৩০ শতাংশ
বাক্সা ৯৪.২৯ শতাংশ
বৰপেটা ৬৯.৩৩ শতাংশ
বিশ্বনাথ ৮৯.৯৫ শতাংশ
বঙাইগাঁও ৭৭.৩৯ শতাংশ
কাছাৰ ৫৯.৮৩ শতাংশ
চৰাইদেউ ৮২.১৯ শতাংশ
চিৰাং ৭৭.৮৭ শতাংশ
দৰং ৯২.৯৯ শতাংশ
ধেমাজি ৬৯.৫৮ শতাংশ
ধুবুৰী ৭২.৭৩ শতাংশ
ডিব্ৰুগড় ৮৪.৫৪ শতাংশ
ডিমা হাছাও ৮৮.২২ শতাংশ
গোৱালপাৰা ৭৪.০৫ শতাংশ
গোলাঘাট গোলাঘাট ৮৫.৪১ শতাংশ
হাইলাকান্দি ৬২.৮৫ শতাংশ
হোজাই ৭৭.০৬ শতাংশ
যোৰহাট ৮২.৫৩ শতাংশ
কামৰূপ ৭৮.৩৯ শতাংশ
কামৰূপ (ম) ৭৩.২৯ শতাংশ

কার্বি আংলং ৭০.২৫ শতাংশ
কোকৰাঝাৰ ৭৬.৬৬ শতাংশ
লক্ষীমপুৰ ৯০.৩৫ শতাংশ
মাজুলী ৮৮.২৮ শতাংশ
মৰিগাঁও ৮৬.৪০ শতাংশ
নগাঁও ৮৬.৪৯ শতাংশ
নলবাৰী ৮৪.৮২ শতাংশ
শিৱসাগৰ ৮৭.১২ শতাংশ
শোণিতপুৰ ৭৮.৮৭ শতাংশ
দঃ শালমাৰা-মানকাচৰ ৮০.৪৯ শতাংশ
শ্রীভূমি ৭৯.৭৩ শতাংশ
তামুলপুৰ ৮৮.৬৩ শতাংশ
তিনিচুকীয়া ৮৩.৭৭ শতাংশ
ওদালগুৰি ৮৩.৩৯ শতাংশ
পঃ কাৰ্বি আংলং ৮৩.১৭ শতাংশ