পেঙেৰী-বৰডুমচাৰ কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন
পেঙেৰী-বৰডুমচা আপেঙেৰী-বৰডুমচাৰ কৃতী শিক্ষাৰ্থীলৈ অভিনন্দন
পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাৰ এক শলাগবলগীয়া পদক্ষেপ। শেহতীয়াকৈ ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৃহত্তৰ পেঙেৰী অঞ্চলৰ গৌৰৱস্বৰূপ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছে এক বিশেষ অভিনন্দন অনুষ্ঠান। পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি (আছু)য়ে অঞ্চলটোৰ মেধাৱী সন্তানসকলৰ এই সাফল্যক উদযাপন কৰিবলৈ আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে উৎসাহিত কৰিবলৈ ২৯ জুলাইত আয়োজিত এই অনুষ্ঠানত সমগ্ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাই কৃতী শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
সমান্তৰালভাৱে, এই জ্ঞান-উৎসৱটি সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ অঞ্চলটোৰ সচেতন ৰাইজ, শিক্ষাবিদ আৰু গুণমুগ্ধসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ তথা সৰ্বাত্মক সহযোগিতা আন্তৰিকতাৰে আছুৰ আঞ্চলিক সমিতিয়ে আজি এক সংবাদমেল যোগে আহ্বান জনাইছে।ঞ্চলিক ছাত্ৰ সন্থাৰ এক শলাগবলগীয়া পদক্ষেপ।

শেহতীয়াকৈ ঘোষিত উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ বৃহত্তৰ পেঙেৰী অঞ্চলৰ গৌৰৱস্বৰূপ কৃতিমান ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনাবলৈ আয়োজন কৰা হৈছে এক বিশেষ অভিনন্দন অনুষ্ঠান। পেঙেৰী-বৰডুমচা আঞ্চলিক সমিতি (আছু)য়ে অঞ্চলটোৰ মেধাৱী সন্তানসকলৰ এই সাফল্যক উদযাপন কৰিবলৈ আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে উৎসাহিত কৰিবলৈ ২৯ জুলাইত আয়োজিত এই অনুষ্ঠানত সমগ্ৰ পেঙেৰী-বৰডুমচা আঞ্চলিক ছাত্ৰ সন্থাই কৃতী শিক্ষাৰ্থীসকলৰ লগতে তেওঁলোকৰ অভিভাৱকসকলৰ উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।
সমান্তৰালভাৱে, এই জ্ঞান-উৎসৱটি সৰ্বাংগীনভাৱে সফল কৰি তুলিবলৈ অঞ্চলটোৰ সচেতন ৰাইজ, শিক্ষাবিদ আৰু গুণমুগ্ধসকলৰ বহুমূলীয়া দিহা-পৰামৰ্শ তথা সৰ্বাত্মক সহযোগিতা আন্তৰিকতাৰে আছুৰ আঞ্চলিক সমিতিয়ে আজি এক সংবাদমেল যোগে আহ্বান জনাইছে।