আজিৰ পৰা মুকলি ওৰাং ৰাষ্ট্ৰীয় উদ্যান

আজিৰ পৰা পৰ্যটকৰ বাবে মুকলি কৰা হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান। কোভিড-১৯ মহামাৰী আৰু বাৰিষাৰ বাবে কেইবামাহ ধৰি বন্ধ থকাৰ পিছত বৃহস্পতিবাৰৰ পৰা ওৰাং ৰাষ্ট্ৰীয় উদ্যান (অ’এন পি) পৰ্যটকসকলৰ বাবে পুনৰ মুকলি হ’ব।অসমত শেহতীয়া বান পানীৰ ফলত ৰাস্তাবোৰৰ দুৰ্বল অৱস্থাৰ বাবে উদ্যানখনৰ ভিতৰৰ চাফাৰী পথৰ কেৱল এটা অংশহে বৰ্তমান পৰ্যটকৰ বাবে মুকলি কৰা হ’ব বুলি কতৃপক্ষই জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.