তামিলনাডুত ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱ

তামিলনাডুত প্ৰকৃতিৰ ভয়ংকৰ ৰূপ। তামিলনাডুৰ চালেম জিলাত ধাৰাসাৰ বৰষুণৰ ফলত খহি পৰে চাৰিটা বাসগৃহ। প্ৰাপ্ত খৱৰ মতে, কমেও ১২জন লোক ঘৰৰ ধংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে।

জানিব পৰা মতে, ১০ জনক উদ্ধাৰ কৰা হৈছে যদিও ২ জন এই পৰ্যন্ত ধংসাৱশেষৰ তলত আৱদ্ধ হৈ আছে। ইফালে উদ্ধাৰ কাৰ্যৰ বাবে অগ্নি নিৰ্বাপক বাহিনী আৰু অন্যান্য জৰুৰী কালিন সেৱা সমূহ ঘটনাস্থলীলৈ ৰাওনা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.