ক’ভিড আপডেট

নিউজ ডেস্ক-

ৰাজ্যত ক‘ভিড পৰিস্থিতিৰ উন্নতি ঘটিলেও সংক্ৰমণ এতিয়াও অব্যাহত আছে। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ১১৯ গৰাকী লোক। ইয়াৰে ৬১ আক্ৰান্ত গুৱাহাটী মহানগৰৰ। মৃত্যু ৪ আক্ৰান্তৰ। বিগত ২৪ ঘন্টাত আক্ৰান্ত হাৰ ০.৪৩ শতাংশ। এই সময়ছোৱাত ১৭০গৰাকী ব্যক্তি কোৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে।। সুস্থতাৰ হাৰ ৯৮.৬২শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ৭,১৪৫। মৃত্যুমুখত পৰিছে ২৮৯ আক্ৰান্ত।সুস্থতাৰ হাৰ ৯৮.৩৬ শতাংশ।।

You might also like
Leave A Reply

Your email address will not be published.