আজি ৩ জানুৱাৰী

➡️১৮৩৬ চনৰ আজিৰ দিনটোতে এছিয়াৰ প্ৰাচীনতম প্ৰকাশন তথা মুদ্ৰণ প্ৰতিষ্ঠান লক্ষ্নৌৰ ‘নৱল কিশোৰী প্ৰেছ এণ্ড বুক ডিপো’ৰ প্ৰতিষ্ঠাতা মুন্সী নৱল কিশোৰৰ জন্ম হৈছিল।
➡️১৮৮০ চনৰ ৩ জানুৱাৰী তাৰিখে প্ৰসিদ্ধ সাময়িক পত্ৰিকা ‘ইলাষ্ট্ৰেটেড উইকলী অব ইণ্ডীয়া’ৰ প্ৰথম প্ৰকাশ মুম্বাইৰ পৰা।
➡️১৮৮৩ চনৰ আজিৰ দিনটোতে ৰাজনীতিবিদ ক্লিমেণ্ট এটলিৰ জন্ম হৈছিল।
➡️১৯৪৬ চনৰ ৩ জানুৱাৰী তাৰিখে জনসাধাৰণৰ প্ৰবল হেঁচাত দ্বিতীয় মহাসমৰৰ আজাদ হিন্দ ফৌজৰ তিনিজন শীৰ্ষ নেতাক মুক্তি। ১৯৪৫ চনৰ পৰা এই তিনিজন নেতা (শ্বাহনাৱাজ খান, কৰ্নেল ধীলন আৰু কৰ্ণেল হবিবুৰ ৰহমান) দিল্লীৰ লালকিল্লাত বিচাৰাধীন হৈ আছিল।
➡️১৯৫৮ চনৰ আজিৰ দিনটোতে ছাৰএডমাণ্ড হিলাৰীৰ এভাৰেষ্টৰ দক্ষিণ মেৰুত পদাৰ্পণ।
➡️১৯৯১ চনৰ ৩ জানুৱাৰী তাৰিখে এছিয়া কাপৰ ফাইনেলত শ্ৰীলংকাক পৰাস্ত কৰি ভাৰত চেম্পিয়ন হৈছিল।
➡️২০০৩ চনৰ আজিৰ দিনটোতে এদিনীয়া ক্ৰিকেটত অষ্ট্ৰেলিয়াৰ ষ্টিভ ৱৰ ১০ হেজাৰ ৰান সম্পূৰ্ণ হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.