ক’ভিড আপডেট

নিউজ ডেস্ক—ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ২৩৪৮ গৰাকী লোক। ইয়াৰে ৮৭০ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ৫ গৰাকী আক্ৰান্তৰ।পজিটিভিটীৰ হাৰ ৭.৮০ শতাংশ। আৰোগ্যৰ হাৰ ৯৬.৪৪ শতাংশ।

আনহাতে দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৬৮,৮৩৩ গৰাকী । মৃত্যুমুখত পৰিছে ৪০২ গৰাকী আক্ৰান্ত। পজিটিভিটীৰ হাৰ ১৬.৬৬ শতাংশ।

You might also like
Leave A Reply

Your email address will not be published.