নিউজ ডেস্ক—ৰাজ্যত অপৰিৱৰ্তিত কোভিড পৰিস্থিতি। বিগত ২৪ ঘন্টাত নতুনকৈ ক‘ভিডত আক্ৰান্ত হৈছে ২,৭০৯ গৰাকী লোক। ইয়াৰে ৯১২ আক্ৰান্ত গুৱাহাটী মহানগৰীৰ। মৃত্যু ৫ গৰাকী আক্ৰান্তৰ।পজিটিভিটীৰ হাৰ ৮.৯৯ শতাংশ। আৰোগ্যৰ হাৰ ৯৫.৮৫ শতাংশ।

আনহাতে দেশত ভয়াবহ গতিত বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা ২,৫৮,০৮৯ গৰাকী । মৃত্যুমুখত পৰিছে ৩৮৫ গৰাকী আক্ৰান্ত।

You might also like
Leave A Reply

Your email address will not be published.