আজি ১৯ জানুৱাৰী

সুপ্ৰভাত

➡️১৫৯৭ চনৰ আজিৰ দিনটোতে মেৱাৰৰ ৰাণা প্ৰতাপ সিংহৰ মৃত্যু হৈছিল।
➡️১৭৩৬ চনৰ ১৯ জানুৱাৰী তাৰিখে স্কটলেণ্ডৰ যন্ত্ৰবিদ, আধুনিক ভাপ ইঞ্জিনৰ আৱিষ্কাৰক জেমছ ৱাটৰ মৃত্যু হৈছিল।
➡️১৮৬০ চনৰ ১৯ জানুৱাৰী তাৰিখে ৰুছ নাট্যকাৰ আৰু চুটিগল্প লেখক আণ্টন ছেখভৰ জন্ম হৈছিল।
➡️১৮৮৯ চনৰ আজিৰ দিনটোতে অসমৰ প্ৰথম স্নাতক, বিশিষ্ট সংস্কৃত পণ্ডিত আনন্দৰাম বৰুৱাৰ মৃত্যু হৈছিল।
➡️১৯৮৭ চনৰ ১৯ জানুৱাৰী তাৰিখে অৱসৰ গ্ৰহণৰ মাত্ৰ দুঘণ্টা পূৰ্বে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰূপে এন দত্ত ওঝাৰ শপত গ্ৰহণ।
➡️১৯৯৯ চনৰ আজিৰ দিনটোতে বিশিষ্ট অভিনেতা-পৰিচালক প্ৰশান্ত হাজৰিকাৰ মৃত্যু হৈছিল।
➡️২০০৩ চনৰ ১৯ জানুৱাৰী তাৰিখে ইৰাকী প্ৰতিৰক্ষা শিবিৰত মাৰ্কিন-ব্ৰিটেইন যুটীয়া বাহিনীৰ আকস্মিক বিমান আক্ৰমন।
➡️২০০৭ চনৰ ১৯ জানুৱাৰী তাৰিখে ইউৰোপৰ বিভিন্ন ঠাইত হোৱা প্ৰচণ্ড ধুমুহাত যথেষ্টসংখ্যক ধন-জন হানি হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.