কোভিদ আপডেট

নিউজ ডেস্ক- বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ২ গৰাকী লোক। এগৰাকী আক্ৰান্ত কামৰূপ (মেট্ৰ’)ৰ। যোৱা ২৪ ঘণ্টাত এজনো কোভিড আক্ৰান্তৰ মৃত্যু হোৱা নাই । পজিভিটিৰ হাৰ ০.৩৩ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৯০ শতাংশ।

আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ২,৫৪১ গৰাকী। মৃত্যুমুখত পৰিছে ৩০ গৰাকী লোক।

You might also like
Leave A Reply

Your email address will not be published.