প্ৰচণ্ড ভূমিকম্পই জোকাৰি গ’ল উত্তৰাখণ্ডৰ উত্তৰকাশী। ভূমিকম্পটো সংঘটিত হয় দেওবাৰে পুৱা প্ৰায় ৮:৩৩ বজাত । দেশৰ ৰাজধানী আৰু ইয়াৰ চুবুৰীয়া অঞ্চলতো অনুভূত হয় ইয়াৰ জোকাৰণি। ৰিখটাৰ স্কেলত ৪.৫ প্ৰাবল্যত অনুভূত হয় এই ভূমিকম্পটো। এই তথ্য সদৰি কৰে ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই । ভূমিকম্পটোৰ উৎপত্তিস্থল ৫ কিলোমিটাৰ গভীৰতাত আৰু উত্তৰাখণ্ডৰ উত্তৰকাশীৰ পৰা ১৭ কিলোমিটাৰ দূৰত্বত। বাতৰি প্ৰস্তুত কৰা সময়লৈকে কোনো লোক হতাহত হোৱাৰ খৱৰ পোৱা হোৱা নাই।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
You might also like