▶️আজি নেতাজী দিৱস।
▶️১৫৬৫ চনৰ আজিৰ দিনটোতেই টেলিকোটা যুদ্ধত বিজয়নগৰ ৰাজ্যৰ ৰজা পৰাজিত হৈছিল। বিজয়নগৰ মুছলমান শাসকৰ অধীন হৈ পৰিছিল।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল।
▶️১৯৭৬ চনৰ এই দিনটোতেই মাৰ্কিন কৃষ্ণাংগ অভিনেতা তথা গায়ক পল ৰবছনৰ মৃত্যু হৈছিল।
▶️১৯৭৭ চনৰ আজিৰ দিনটোতেই জনতা দল গঠন।
▶️১৯৮৯ চনৰ এই দিনটোতেই স্পেইনৰ চিত্ৰকৰ ছালভাদোৰ ডালিৰ মৃত্যু হৈছিল।
▶️২০০০ চনৰ আজিৰ দিনটোতেই ক্ৰীড়াবিদ নীলিময় চৌধুৰীৰ মৃত্যু হৈছিল।
▶️২০০৪ চনৰ আজিৰ দিনটোতেই তামিলনাডুৰ শ্ৰীৰংগম চহৰৰ এক বিবাহমণ্ডপত সংঘটিত ভয়াবহ অগ্নিকাণ্ডত ৫২ গৰাকী লোকৰ মৃত্যু ঘটিছিল।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২৩ জানুৱাৰী
Prev Post
You might also like