আজি লিথুৱানিয়াৰ ৰাষ্ট্ৰীয় দিৱস।
১৯০৭ চনৰ এই দিনটোতেই ইটালীৰ কবি জি কাৰডুচিৰ মৃত্যু হৈছিল। ১৯০৬ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৪৪ চনৰ আজিৰ দিনটোতেই ভাৰতৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা দাদা চাহেব ফাল্কেৰ মৃত্যু হৈছিল।
১৯৪৯ চনৰ আজিৰ দিনটোতেই অসমৰ ৰাজ্যপাল পদত অধিষ্ঠিত হৈছিল শ্ৰীপ্ৰকাশ।১৯৫০ চনৰ ২৬ মে’লৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।
১৯৫৬ চনৰ আজিৰ দিনটোতেই খ্যাতনামা ভাৰতীয় বিজ্ঞানী মেঘনাদ সাহাৰ মৃত্যু হৈছিল।
১৯৫৭ চনৰ এই দিনটোতেই ভাৰতত দ্বিতীয় লোকসভা গঠনৰ বাবে নিৰ্বাচন আৰম্ভ। ভোটদান পৰ্ব শেষ হৈছিল ৬ জুনত।
১৯৮০ চনৰ এই দিনটোতেই ভাৰতত পূৰ্ণগ্ৰাস সূৰ্য্যগ্ৰহণ ঘটিছিল।
১৯৮২ চনৰ এই দিনটোতেই ভাৰতত প্ৰথমবাৰৰ বাবে জৱাহৰলাল নেহৰু আন্তঃৰাষ্ট্ৰীয় স্বৰ্ণকাপ ফুটবল প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল।
২০০২ চনৰ আজিৰ দিনটোতেই আমীৰ খান প্ৰযোজিত চলচ্…
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৬ ফেব্ৰুৱাৰী
Prev Post
You might also like