দেশত নিৰ্মাণ হ’ব ১৫৭ খনকৈ নাৰ্ছিং মহাবিদ্যালয়

নিউজ ডেস্ক-

দেশবাসীৰ বাবে সু-খবৰ! দেশত স্থাপন হ’ব ১৫৭ খনকৈ নতুন নাৰ্ছিং মহাবিদ্যালয়৷ বুধবাৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডৱিয়াই এই কথা সদৰি কৰে। তেওঁ কয় যে কেন্দ্ৰীয় কেবিনেটে চিকিৎসা মহাবিদ্যালয়ৰ সমান্তৰালভাৱে ১৫৭ খন নাৰ্ছিং মহাবিদ্যালয় স্থাপনত অনুমোদন জনাইছে৷ সৰ্বমুঠ ১,৫৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ’ব এই নাৰ্ছিং মহাবিদ্যালয় সমূহ৷।

You might also like
Leave A Reply

Your email address will not be published.