নিউজ ডেস্ক
চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ কাকতিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত টিমনত সংঘটিত হৈছে এক নাৰকীয় ঘটনা । পাষাণ পিতৃৰ লাঠিৰ কোবত প্ৰাণ গ’ল এগৰাকী ১০ বছৰীয়া কন্যাৰ । পাষণ্ড পিতৃ ভুৱন গৰাইতে লাঠিৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ কন্যাক। ঘটনাটো সংঘটিত কৰি হত্যাকাৰী পিতৃয়ে পলাই সাৰিবলৈ চেষ্টা কৰে যদিও কাকতিবাৰী আৰক্ষীয়ে পাষণ্ডটোক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ।।