Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Business
লাহৰিজানত ২ কোটিৰ ড্ৰাগছ সহ আটক ২
লাহৰিজানত অসম আৰক্ষীৰ আন এক বৃহৎ সাফল্য।আজি দিনৰ ১২:৩০ বজাত আৰক্ষীৰ নাকা চেকিঙত প্ৰায় ২ কোটি টকাৰ ড্ৰাগছ সহ ২ সৰবৰাহকাৰীক আটক। পুৰনি!-->…
Read More...
Read More...
আজি ২৩ আগষ্ট
➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । ইতিহাসত এই চুক্তি ‘প্ৰাগ চুক্তি’ নামেৰে!-->…
Read More...
Read More...
আজি ২২ আগষ্ট
➡️ ১৬০২ চনৰ ২২ আগষ্টত মোগল যুগৰ প্ৰসিদ্ধ ইতিহাসবিদ তথা সম্ৰাট আকবৰৰ মন্ত্ৰী আবুল ফজলৰ আততায়ীৰ হাতত মৃত্যু হৈছিল।
➡️ ১৮১৮ চনৰ ২২ আগষ্টত!-->!-->!-->…
Read More...
Read More...
আজি ২১ আগষ্ট
➡️ ১৯৯৫ চনৰ ২১ আগষ্টত ভাৰতীয় বিজ্ঞানী সুব্ৰাহ্মণ্যন চন্দ্ৰশেখৰৰ মৃত্যু হৈছিল।
➡️ ১৯৮৮ চনৰ আজিৰ দিনটোতে উত্তৰ ভাৰত, পূব ভাৰত আৰু নেপালৰ!-->!-->!-->…
Read More...
Read More...
চৰকাৰৰ ১০০দিন! কি সিদ্ধান্ত আজিৰ কেবিনেটত?
হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ১০০ দিন সম্পূৰ্ণ হোৱাৰ ক্ষনত আজিৰ কেবিনেটত গ্ৰহন কৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত সমূহ-
????এতিয়াৰে পৰা প্ৰতি মাহে!-->!-->!-->…
Read More...
Read More...
মেছিয়ে চকুলো মচি পেলাই দিয়া টিছু পেপাৰৰ দাম!
স্পৰ্টছ ডেস্ক-
যোৱা ৮ আগষ্টত কাতালুনিয়ান ক্লাৱত বাৰ্চিলোনা ত্যাগৰ কথা ঘোষণা কৰাৰ পৰত তাৰকা ফুটবলাৰ মেছিয়ে কান্দোনত ভাগি পৰা দৃশ্যটো!-->!-->!-->…
Read More...
Read More...
আজি ২০ আগষ্ট
➡️ আজি সদ্ভাৱনা দিৱস।
➡️ ১৮৯৭ চনৰ আজিৰ দিনটোতে ইংৰাজ বিজ্ঞানী ছাৰ ৰ’নাল্ড ৰছে আৱিষ্কাৰ কৰিছিল যে মেলেৰিয়া ৰোগৰ জীৱাণু মহৰ দ্বাৰা!-->!-->!-->…
Read More...
Read More...
আজি ১৯ আগষ্ট
➡️ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
➡️ ১৯৯৪ চনৰ আজিৰ দিনটোতে দুবাৰকৈ (১৯৫৪,১৯৬২) ন'বেল বঁটা বিজয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু হৈছিল।
!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৮ আগষ্ট
➡️ ১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । ১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হৈছিল ।
!-->!-->!-->…
Read More...
Read More...
গুৱাহাটী সংযোগী আন্তঃজিলা যাতায়াত নিষিদ্ধ
১৮ আগষ্টৰ পৰা ৰাজ্যত প্ৰযোজ্য হ’ব নতুন SOP
????এতিয়াৰে পৰা সন্ধিয়া ৬ বজালৈ সকলো খোলাৰ অনুমতি????সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব!-->!-->!-->…
Read More...
Read More...