Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Gaming
আজি ২৫ আগষ্ট
➡️ ১৩৪৬ চনৰ ২৫ আগষ্টত ক্ৰেচিৰ যুদ্ধ হৈছিল। এই যুদ্ধত ইংলেণ্ডৰ হাতত ফ্ৰান্সৰ পৰাজয় হৈছিল ।
➡️ ১৭৬৫ চনৰ ২৫ আগষ্টৰ পৰা ইংলেণ্ডত কুখ্যাত!-->!-->!-->…
Read More...
Read More...
আজি ২৪ আগষ্ট
➡️ ১৬৯০ চনৰ আজিৰ দিনটোতে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পূব ভাৰতৰ বাণিজ্যিক অধিকৰ্তা জব চীৰ্নকৰ কলকাতাত পদাৰ্পণ আৰু বসতি স্থাপন কৰিছিল। এই!-->…
Read More...
Read More...
আজি ২৩ আগষ্ট
➡️ ১৮৬৬ চনৰ আজিৰ দিনটোতে প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়াৰ মাজত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল । ইতিহাসত এই চুক্তি ‘প্ৰাগ চুক্তি’ নামেৰে!-->…
Read More...
Read More...
আজি ১৯ আগষ্ট
➡️ আজি আফগানিস্তানৰ স্বাধীনতা দিৱস।
➡️ ১৯৯৪ চনৰ আজিৰ দিনটোতে দুবাৰকৈ (১৯৫৪,১৯৬২) ন'বেল বঁটা বিজয়ী বিজ্ঞানী লিনাছ পাউলিঙৰ মৃত্যু হৈছিল।
!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৮ আগষ্ট
➡️ ১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাৰ ফৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা কৰা হৈছিল । ১৮৫৪ চনত এই মহাবিদ্যালয় বন্ধ হৈছিল ।
!-->!-->!-->…
Read More...
Read More...
আজি ১৭ আগষ্ট
➡️ ১৭৬১ চনৰ ১৭ আগষ্টত ভাৰতত বসবাস কৰা ইংৰাজ ধৰ্মযাজক উইলিয়াম কেৰীৰ জন্ম হৈছিল।
➡️১৭৮৬ চনৰ আজিৰ দিনটোতে প্ৰুছিয়াৰ ৰজা দ্বিতীয় ফ্ৰেডৰিক বা!-->!-->!-->…
Read More...
Read More...
আজি ১৬ আগষ্ট
➡️ ১৮৮৬ চনৰ আজিৰ দিনটোতে ৰামকৃষ্ণ পৰমহংসৰ মৃত্যু হৈছিল ।
➡️ ১৯১০ চনৰ ১৬ আগষ্টত ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰসিদ্ধ কাব্য ‘গীতাঞ্জলি’ৰ প্ৰথম!-->!-->!-->…
Read More...
Read More...
আজি ১৫ আগষ্ট ????????
➡️ আজি ভাৰতৰ ৭৫ সংখ্যক স্বাধীনতা দিৱস।
➡️ আজি দক্ষিণ কোৰিয়াৰ স্বাধীনতা দিৱস।
➡️ ১২৬১ চনৰ ১৫ আগষ্টত বাইজাণ্টিয়সকলৰ হাতত কনষ্টাণ্টিনোপলৰ!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৪ আগষ্ট
➡️ আজি পাকিস্তানৰ স্বাধীনতা দিৱস।
➡️ ১৯৫৬ চনৰ আজিৰ দিনটোতে কেৰালাৰ মালয়ালম ভাষাৰ উৎকৃষ্ট সাহিত্যৰাজি প্ৰকাশ কৰা, শ্ৰেষ্ঠ গ্ৰন্থকাৰলৈ বঁটা!-->!-->!-->…
Read More...
Read More...
আজি ১৩ আগষ্ট
➡️ ১৮৭২ চনৰ আজিৰ দিনটোতে প্ৰখ্যাত জাৰ্মান বিজ্ঞানী ৰিকাৰ্ড মাৰ্টিন ৱিলষ্টাটটাৰৰ জন্ম হৈছিল। ১৯১৫ চনত তেওঁ ৰসায়ন-বিজ্ঞানৰ ন'বেল বঁটা লাভ!-->…
Read More...
Read More...