Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Health
প্ৰচণ্ড বৃষ্টিপাত, ভূমিস্খলনৰ ভয়ংকৰ ৰূপ
শনিবাৰৰ পৰা দক্ষিণ আৰু মধ্য কেৰালাত ধাৰাসাৰ বৰষুণৰ ফলত কমেও ১৮ জন লোক নিহত হোৱাৰ বিপৰীতে কোট্টায়াম আৰু ইডুক্কি জিলাৰ পাহাৰীয়া অঞ্চলত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৮২ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২৬৯ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৫ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৭ অক্টোবৰ
➡️ আজি অসম ক্ৰীড়া দিৱস।
➡️ ১৬০৫ চনৰ আজিৰ দিনটোতে মোগল সম্ৰাট আকবৰৰ মৃত্যু হৈছিল ।
➡️ ১৮১৭ চনৰ ১৭ অক্টোবৰত ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম!-->!-->!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
ৰাজ্যত পুনৰ বৃদ্ধি ক'ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৪৭ গৰাকী । মৃত্যু এগৰাকীৰ । আক্ৰান্তৰ হাৰ ১.৫৩% ।
আনহাতে বিগত ২৪!-->!-->!-->…
Read More...
Read More...
আজি ১৬ অক্টোবৰ
➡️ আজি বিশ্ব খাদ্য দিৱস।
➡️ ১৮৮৮ চনৰ আজিৰ দিনটোতে মাৰ্কিন নাট্যকাৰ ইউজিন অ’ নীলৰ জন্ম হৈছিল।
➡️ ১৯৬৮ চনৰ ১৬ অক্টোবৰত হৰগোবিন্দ খোৰানালৈ!-->!-->!-->!-->!-->…
Read More...
Read More...
১৮ অক্টোবৰত ঘোষণা হ’ব পৰীক্ষাৰ দিন
CBSE ৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ বাবে নিৰ্দেশনা। ১৮ অক্টোবৰত ঘোষণা কৰা হ'ব দশম আৰু দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ দিন। দুটা পৰ্যায়ত অফলাইন যোগে!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ১.৫৩ শতাংশলৈ বাঢ়িল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২০৭ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ২ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৫ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ দশমী তিথি ।
➡️ খ্ৰীষ্টপূৰ্ব ৭০ ৰ আজিৰ দিনটোতে ৰোমৰ মহাকবি ভাৰ্জিলৰ জন্ম হৈছিল।
➡️ ১৫৪১ চনৰ ১৫ অক্টোবৰত মোগল সম্ৰাট!-->!-->!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ । বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৭৫ গৰাকী । মৃত্যু ২ গৰাকীৰ ।
আনহাতে বিগত ২৪ ঘন্টাত!-->!-->!-->!-->!-->…
Read More...
Read More...
আজি ১৪ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ নৱমী তিথি।
➡️ আজি বিশ্ব মান দিৱস।
➡️ ১২৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু!-->!-->!-->!-->!-->…
Read More...
Read More...