Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
Browsing Category
Health
আজি ১৪ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ নৱমী তিথি।
➡️ আজি বিশ্ব মান দিৱস।
➡️ ১২৪০ চনৰ আজিৰ দিনটোতে ভাৰতীয় প্ৰথম মহিলা মুছলমান শাসক ৰেজিয়া চুলতানাৰ মৃত্যু!-->!-->!-->!-->!-->…
Read More...
Read More...
বিশিষ্ট সাহিত্যিক সিদ্ধিনাথ ৰংপীৰ মৃত্যু
বিশিষ্ট সাহিত্যিক, কাৰ্বি সাহিত্য সভাৰ সভাপতি সিদ্ধিনাথ ৰংপী আৰু নাই। আজি DMCHঅত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সাহিত্যিক ৰংপীৰ অকাল বিয়োগত!-->…
Read More...
Read More...
অক্টোবৰ মাহত আজি গৰমৰ অভিলেখ!
অক্টোবৰ মাহতো গৰমে অভিলেখ ৰচিলে গুৱাহাটীত। আজিৰ দিনটোত গুৱাহাটীৰ সৰ্বোচ্চ তাপমান ৩৬.৯ ডিগ্ৰী চেলচিয়াচ। যি উষ্ণতা অক্টোবৰ মাহত বিগত ১০ বছৰৰ!-->…
Read More...
Read More...
শিৱসাগৰত সপ্তমীৰ নিশা কিহৰ গোন্ধ?
সপ্তমীৰ নিশা শিৱসাগৰত আতংকময় পৰিবেশ। অচিনাকি গোন্ধে ছানি ধৰে সমগ্ৰ অঞ্চল । মইদুল ইছলাম সেঁতুৰ কাষত ৰাসায়নিক পদাৰ্থৰ গোন্ধ পৰিলক্ষিত হয় ।!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত ০.৭৮ শতাংশলৈ কমিল পজিটিভিটিৰ হাৰ। এদিনত কৰ’নাত আক্ৰান্ত হৈছে ২২৬ জন। ২৪ ঘণ্টাত কৰ’নাত মৃত্যু ঘটিছে ৩ জনৰ। গুৱাহাটী!-->!-->!-->…
Read More...
Read More...
আজি ১৩ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ মহা অষ্টমী তিথি।
➡️ ১৯১১ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ তাৰকা অশোক কুমাৰৰ জন্ম হৈছিল ।
➡️ ১৯১১ চনৰ ১৩ অক্টোবৰত!-->!-->!-->!-->!-->…
Read More...
Read More...
শাৰদীয় বতৰত এটা সুখবৰ!
শাৰদীয় উৎসৱৰ বতৰত সুখবৰ! শিশু,কিশোৰ-কিশোৰীক ক'ভাক্সিন প্ৰতিষেধক প্ৰদানত অনুমোদন। ২ৰ পৰা ১৮ বছৰ বয়সৰ শিশু,কিশোৰ-কিশোৰীয়ে ল'ব পাৰিব দেশত!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে কোভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত কোভিডত আক্ৰান্ত হৈছে ২৭০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ১০৪ গৰাকী!-->!-->!-->…
Read More...
Read More...
আজি ১২ অক্টোবৰ
➡️ আজি দূৰ্গা পূজাৰ সপ্তমী তিথি।
➡️ ১৯৫৭ চনৰ আজিৰ দিনটোতে ভাৰতৰ ৰাজহুৱা খণ্ডৰ শিল্পী প্ৰতিষ্ঠান ভিলাই ইস্পাট কাৰখানাত প্ৰথম ইস্পাট উৎপাদন!-->!-->!-->…
Read More...
Read More...
ক’ভিড আপডেট
নিউজ ডেস্ক-
ৰাজ্যত অব্যাহত আছে ক'ভিডৰ সংক্ৰমণ। বিগত ২৪ ঘন্টাত ক'ভিডত আক্ৰান্ত হৈছে ১৬০ গৰাকী লোক। আক্ৰান্তসকলৰ ভিতৰত সৰ্বাধিক ৬০ গৰাকী!-->!-->!-->…
Read More...
Read More...