OIFFAঅত জিলিকিল অসমৰ আদিল হুছেইন!

OIFFA-2023ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান

নিউজ ডেস্ক:

Ottawa Indian Film Festival Awardsঅত জিলিকিল অসমৰ আদিল হুছেইন। পুনৰ গৌৰৱ কঢ়িয়াই আনিলে অসম সন্তান আদিল হুছেইনে। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতাজনলৈ OIFFA-2023ৰ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান। ‘Footprints on Water’ নামৰ ছবিখনত কৰা অভিনয়ৰ বাবে আদিল হুছেইনলৈ এই বঁটা। ছবিখনৰ পৰিচালনা নাথালিয়া ছ্যামৰ আৰু প্ৰযোজনা মোহন নাদাৰেৰ। ইংৰাজী ভাষাত নিৰ্মিত ছবিখনত আদিল হুছেইনৰ উপৰিও নিমিছা সজয়ন, লেনা আৰু ডেনি ছুৰাই মুখ্য চৰিত্ৰত অভিনয় কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.