আজি মোহময়ী ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ ওপজা দিন…

আজি মোহময়ী ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ ওপজা দিন। বেটিং বিক্ৰমেৰে শক্ৰপক্ষক ধূলিসাৎ কৰা স্মৃতি মান্ধানা ২৮ বছৰীয়া হ’ল। আগ্ৰাসী আৰু ষ্টাইলিছ বেটিঙৰ বাবে পৰিচিত স্মৃতি।

ক্ৰিকেট জগতত আটাইতকৈ মোহময়ী ক্ৰিকেটাৰ হিচাপে পৰিচিত স্মৃতি মান্ধানাৰ আছে বহু অভিলেখো। ষ্টাইলিছ বেটিঙৰ বাবে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে মহিলা ক্ৰিকেটাৰগৰাকী। সুন্দৰ বেটিঙেৰে সকলোৰে প্ৰসংশা লাভ কৰা স্মৃতি মান্ধানাই আজি ২৮ বছৰ সম্পূৰ্ণ কৰিলে।

১৯৯৬ চনৰ ১৮ জুলাইত মুম্বাইত জন্ম হৈছিল ক্ৰিকেটাৰগৰাকীৰ। বৰ্তমান ভাৰতৰ মহিলা ক্ৰিকেট টীমক প্ৰতিনিধিত্ব কৰি বহুতো প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছে স্মৃতি।

You might also like
Leave A Reply

Your email address will not be published.