🔷১৫৬১ চনত ইংৰাজ সাহিত্যিক ফ্ৰান্সিছ বেকনৰ জন্ম।
🔷১৬৬৬ চনত মোগল সম্ৰাট শ্বাহজাহানৰ মৃত্যু।
🔷১৭৮৮ চনত ইংৰাজ কবি বায়নৰ জন্ম।
🔷১৮৭৭ চনত দেশভক্ত ফুকনৰ জন্ম।
🔷১৯০১ চনত ৰাণী ভিক্টোৰিয়াৰ মৃত্যু।A
🔷১৯২৭ চলচ্চিত্ৰ নিৰ্মাতা নিপ বৰুৱাৰ জন্ম।
🔷১৯৬৩ ডেৰাডুনত দৃষ্টিহীনসকলকৰ বাবে জাতীয় গ্ৰন্থগাৰ প্ৰতিষ্ঠা।
🔷১৯৯৬ চনত নাট্য়কাৰ- অভিনেতা দুৰ্গেশ্বৰ বৰঠাকুৰৰ মৃত্যু।
🔷২০০৬ বিশিষ্ট সংগীতশিল্পী দিলীপ চৌধুৰীৰ মৃত্যু