Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৪ জুলাই
১৯৬০চনত ভাষা আন্দোলনত হোৱা গুলীচালনাত কটন কলেজৰ ছাত্ৰ ৰঞ্জিৎ বৰপূজাৰী নিহত।
আজি আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্বাধীনতা দিবস।
আজি ভেনিজুবেলাৰ জাতীয় দিবস।
⏩১৭৭৬ চনত আমেৰিকাৰ তেৰখন ৰাজ্যৰ স্বাধীনতা লাভ। ‘স্বাধীনতাৰ ঘোষণা-পত্র’ গৃহীত।
⏩১৮২৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ মৃত্যু।
⏩১৮৪৬ চনত ফিলিপাইন্ছৰ স্বাধীনতা লাভ।
⏩১৮৯৮ চনত গান্ধীবাদী নেতা, ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্রী (অস্থায়ী) গুলজাৰিলাল নন্দৰ জন্ম।
Related Posts
⏩১৯০২ চনত স্বামী বিবেকানন্দৰ মৃত্যু।
⏩১৯১৭ চনত মার্কিন মহাকাশযান ‘পাথফাইণ্ডাৰ’ৰ মঙ্গলপৃষ্ঠত অৱতৰণ।
⏩১৯৩৪ চনত ফৰাচী পদার্থবিদ মেৰী কুৰীৰ মৃত্যু।
⏩১৯৬০চনত ভাষা আন্দোলনত হোৱা গুলীচালনাত কটন কলেজৰ ছাত্ৰ ৰঞ্জিৎ বৰপূজাৰী নিহত।
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Prev Post
Next Post
You might also like