আজি ৯ ছেপ্টেম্বৰ

১৮৫০ আধুনিক হিন্দী সাহিত্যৰ জনক ৰূপে অভিহিত ভৰতেন্দু হৰিশ্চন্দ্ৰৰ জন্ম।

১৯২৩ অসমত ভূমিকম্প।

১৯৪৮ উত্তৰ কোৰিয়াত গণ প্রজাতন্ত্র গঠন।

১৯৪৯ হিন্দীক ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা ৰূপে ঘোষণা।

১৯৭৬ গণতান্ত্রিক চীনৰ প্ৰসিদ্ধ নেতা মাও-ছে-তুঙৰ মৃত্যু।

১৯৭৯ যোগেন্দ্র নাথ হাজৰিকা অসমৰ মুখ্য মন্ত্ৰী। এই বছৰৰে ১১ নৱেম্বৰলৈকে তেওঁ মুখ্য মন্ত্রী ৰূপে কাৰ্যনিৰ্বাহ কৰে।

১৯৮২ কাশ্মীৰৰ বিশিষ্ট জাতীয়তাবাদী নেতা তথা প্রাক্তন মুখ্য মন্ত্রী শেখ আব্দুলাৰ মৃত্যু।

১৯৯১ লিয়েণ্ডাৰ পেজ জুনিয়ৰ ইউ এছ অ’পেনত চেম্পিয়ন।

১৯৯৯ সাহিত্যিক যোগেশ দাসৰ মৃত্যু।

২০০১ চীনৰ বেইজিঙত মন্দিৰ এটা ভাগি ১৩জন লোকৰ মৃত্যু।

২০০৪ বিশিষ্ট নাট্যকাৰ মুনীন ভূঞাৰ মৃত্যু।

১০৮৭ ইংলেণ্ডৰ সম্ৰাট উইলিয়াম দি কনকুৱেৰৰ মৃত্যু।

১৯০৩ সাহিত্যিক অতুল চন্দ্ৰ হাজৰিকাৰ জন্ম।

১৮২৮ ৰুছ কথা-সাহিত্যিক লিঅ’ টলষ্টয়ৰ জন্ম।

You might also like
Leave A Reply

Your email address will not be published.