⏩১৯৭৩ মহীশূৰৰ নাম সলনি । নতুন নাম কৰ্ণাটক ।
⏩২০০০ বীৰাপ্পানৰ দ্ৱাৰা প্ৰসিদ্ধ কানাড়া ।
⏩১৭৭১ ইংৰাজ কবি টমাছ গ্ৰেৰ মৃত্যু ।
⏩১৭৮৪ আধুনিক বিশ্ৱকোষৰ অন্যতম ৰূপকাৰ ডেনিছ ডিডেৰোৰৰ মৃত্যু ।
⏩১৯৯০ বিশিষ্ট শিল্পপতি , বিৰলা গোষ্ঠীৰ অন্যতম প্ৰতিষ্ঠাপক মাধৱ চন্দ্ৰ বিৰলাৰ মৃত্যু ।
⏩১৯৯৯ প্ৰায় এশ বছৰৰ মূৰত পানামাৰ পৰা মাৰ্কিন সেৱা প্ৰত্যাহাৰ ।
⏩২০০১ ডাৰবানত বৰ্ণবৈষম্যবিৰোধী বিশ্ৱ সন্মিলন । ১৫০ খন দেশৰ প্ৰতিনিধি উপস্থিত ।
⏩২০০১ তালিবান সামৰিক বাহিনীৰ সৰ্ব্বোচ্চ পদত ওছামা বিন লাডেন ।
⏩১৯৯৯ নৰ্মদা উপত্যকাৰ বিশাল অঞ্চল জলমগ্ন , দেশজুৰি প্ৰতিবাদ ।
⏩২০০৩ মুখ্য নিৰ্বাচন আয়ুক্ত জে এম লিংডো সমাজসেৱিকা শান্তা সিন্হালৈ প্ৰসিদ্ধ ৰমণ মেগছেছে বঁটা ঘোষণা ।
⏩১৮৯৮ জাৰ্মানীৰ ৰাষ্ট্ৰনায়ক অটো ভন বিছমাৰ্কৰ মৃত্যু ।
⏩২০০৭ ছুইডেনৰ যশস্ৱী চলচিত্ৰ পৰিচালক ইংগমাৰ বাৰ্গমেনৰ ৮৯ বছৰত মৃত্যু ।
⏩১৯২৬ সাহিত্যিক বৰকটকীৰ জন্ম ।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ৩০ জুলাই
Prev Post
Next Post
You might also like