আজি ৫ জুলাই

কেপ ভার্দেৰ স্বাধীনতা দিৱস।

➡️১৮৮৮ চনত মার্কিন শৰীৰবিদ তথা চিকিৎসক হার্বার্ট স্পেনছাৰ গাছাৰৰ জন্ম। স্পেনছাৰে ১৯৪৪ চনত চিকিৎসা- বিজ্ঞানৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯৪৭ চনত ব্রিটিছ সংসদত ভাৰতৰ স্বাধীনতাৰ বিধেয়ক গৃহীত।

➡️১৯৬৪ চনত  বুৰঞ্জীবিদ, সাহিত্যিক সূর্যকুমাৰ ভূঞা মৃত্যু।

➡️কবি ,সাহিত্যিক যতীন্দ্ৰনাথ দুৱৰাৰ মৃত্যু।

➡️১৯৭৭ চনত পাকিস্তানত সামৰিক অভ্যুত্থান। ৰাষ্ট্ৰপতি জুলফিকৰ আলী ভূট্টো অপসাৰিত আৰু গ্ৰেপ্তাৰ। নতুন ৰাষ্ট্ৰপতি জিয়াউল হক।

➡️১৯৯৯ চনত ঢাকা-কলকাতাৰ মাজত প্রথম বাছ চলাচল।

➡️২০০২ চনত টেলিকম কেলেংকাৰিত অভিযুক্ত প্রাক্তন মন্ত্রী সুখ ৰামক তিনি বছৰৰ সশ্ৰম কাৰাদণ্ড।

➡️২০০৩ চনত উইম্বলডন টেনিছ প্রতিযোগিতাৰ মহিলাৰ ছিংগত ছেৰেনা উইলিয়াম চেম্পিয়ন।

➡️২০০৪ চনত প্ৰথমবাৰৰ বাবে ইণ্ডোনেছিয়াত প্রত্যক্ষ ৰাষ্ট্ৰপতি নিৰ্বাচন।

You might also like
Leave A Reply

Your email address will not be published.