আজি ২০ জুন

আজি ২০ জুন

➡️বিশ্ব শৰণাৰ্থী দিৱস
➡️ৰাভা দিৱস।
➡️১৮৯৭ সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ জন্ম।
➡️১৯৩৩ সাহিত্যিক নির্মলপ্রভা বৰদলৈৰ জন্ম।
➡️১৯৫৯ অসম আন্দোলনৰ প্রথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম।
➡️১৯৬৯ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু।
➡️১৯৮৭ পক্ষীবিদ ছালিম আলীৰ মৃত্যু।
➡️১৯৯৪ গীতিকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসৰ মৃত্যু।
➡️২০০০ গল্পকাৰ কুল শইকীয়ালৈ ২০০০ চনৰ সৰ্বভাৰতীয় ‘কথা বঁটা’ ঘোষণা।
➡️২০০১ পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফৰ নিজকে পাকিস্তানৰ ৰাষ্ট্ৰপতি ৰূপে ঘোষণা আৰু শপত গ্রহণ। ২০০৩ মোহিনী ৰাভা, ৰমেন বৰুৱা আৰু হেমোৰাম নাথলৈ ৰাজ্য চৰকাৰৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা।
➡️২০০৫ ভাৰতৰ অৰ্থনীতিৰ প্ৰভাৱশালী গোষ্ঠী ৰিলায়েন্স গ্রুপ – অব্ ইণ্ডাষ্ট্রিজৰ বিভাজন।
➡️২০০৬ চিত্রশিল্পী বেণু মিশ্ৰ আৰু হেমাংগিনী বৰদলৈলৈ ২০০৬ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।

You might also like
Leave A Reply

Your email address will not be published.