আজি ২৮ জুন

২৮ জুন

➡️১৭১২ ৰাজনীতিজ্ঞ, দার্শনিক, শিক্ষাবিদ, সাহিত্যিক ৰুছোৰ (সম্পূর্ণ নাম জীন জেকুইছ ৰুছো) ছুইজাৰলেণ্ডত জন্ম।

➡️ ১৮৩৮ ‘বন্দে মাতৰম’ৰ ৰচয়িতা তথা প্রসিদ্ধ বাংলা লেখক বংকিমচন্দ্র চট্টোপাধ্যায়ৰ জন্ম।

➡️১৮৬৭ ইটালীৰ সাহিত্যিক লুই পিৰানডেলোৰ জন্ম।

➡️১৯৩৪ চনত তেওঁ সাহিত্যৰ নোবেল বঁটা লাভ কৰিছিল।

➡️১৯১৪ অষ্ট্ৰিয়াৰ যুৱৰাজ ফ্রান্সিছ ফার্ডিনাণ্ড আৰু তেওঁৰ পত্নী তৎকালীন বছনিয়াৰ বলকান প্ৰদেশৰ ৰাজধানী ছাৰজেভো চহৰত আততায়ীৰ হাতত নিহত। এই ঘটনাৰ পৰাই সূত্রপাত হৈছিল প্রথম মহাসমৰৰ।

➡️১৯১৯ মিত্রপক্ষ আৰু জার্মানীৰ মাজত ‘ভাছাই চুক্তি’ স্বাক্ষৰিত। প্রথম মহাসমৰৰ আনুষ্ঠানিক সামৰণি।

➡️১৯২১ অন্ধ্র প্রদেশৰ ভাংগাৰা গাঁৱত ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ জন্ম।

➡️১৯২৭ ভাৰতৰ প্ৰাক্তন প্রধান মন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম।

➡️১৯৫৪ আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু সহাৱস্থানক ভিত্তি হিচাপে লৈ ভাৰতৰ পঞ্চশীল নীতি ঘোষণা।

➡️১৯৭২ বিশিষ্ট পৰিসংখ্যাবিদ প্রশান্ত চন্দ্ৰ মহলানবীশৰ মৃত্যু।

➡️২০০৩ জম্মুত সন্ত্রাসবাদী আক্রমণ, ১৪জন নিহত।

➡️২০০৭ ষ্টাম্প পেপাৰ কেলেংকাৰিৰ মূল অভিযুক্ত আব্দুল কৰিম টেলগীক ১৩ বছৰ কাৰাদণ্ড আৰু ১০২ কোটি টকাৰ জৰিমনা।

You might also like
Leave A Reply

Your email address will not be published.