▶️আজি শিশু দিৱস।
▶️১৭১৬ চনৰ এই দিনটোতেই জাৰ্মানীৰ গণিতজ্ঞ গটফ্ৰিড উইলহেম লবনিৎজৰ মৃত্যু।কলন গণিত বা কেলকুলাছৰ উদ্ভাৱনৰ বাবে তেওঁ প্ৰসিদ্ধ।
▶️১৮৩৩ চনৰ আজিৰ দিনটোতেই জাৰ্মানীৰ প্ৰখ্যাত দাৰ্শনিক গৰ্গ উইলহেম হেগেলৰ মৃত্যু।
▶️১৮৮৯ চনৰ আজিৰ দিনটোতেই স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল।
▶️১৮৯১ চনৰ আজিৰ দিনটোতেই ইনছুলিনৰ আৱিষ্কাৰক কানাডাৰ বিজ্ঞানী ছাৰ ফ্ৰেডৰিক গ্ৰান্ট বেন্টিঙৰ জন্ম। ১৯২১ চনত তেঁও ইনছুলিন আৱিষ্কাৰ কৰিছিল আৰু তাৰেই স্বীকৃতি ৰূপে ১৯২৩ চনত তেঁও লাভ কৰিছিল চিকিৎসা বিজ্ঞানৰ নোবেল বঁটা।
▶️১৯৪১ চনৰ আজিৰ দিনটোতেই সাহিত্যিক মামণি ৰয়ছম গোস্বামী(ইন্দিৰা গোস্বামী)ৰ জন্ম হৈছিল।
▶️১৯৫৭ চনৰ এই দিনটোতেই জৱাহৰলাল নেহৰুৰ জন্মদিনটোক চৰকাৰীভাৱে ‘শিশু দিৱস’ ৰূপে ঘোষণা।
▶️১৯৬৯ চনৰ এই দিনটোতেই এপলো-১২ মহাকাশযান চন্দ্ৰ অভিমুখে উৎক্ষেপণ।
▶️১৯৮৯ চনৰ আজিৰ দিনটোতেই নতুন দিল্লীত অষ্টম এছিয়ান ট্ৰেক এণ্ড ফিল্ড প্ৰতিযোগিতা আৰম্ভ।
▶️১৯৯৩ চনৰ আজিৰ দিনটোতেই প্ৰাক্তন বিত্তমন্ত্ৰী যশৱন্ত সিঙৰ বিজেপিত যোগদান।
▶️১৯৯৯ চনৰ আজিৰ দিনটোতেই আফগানিস্তানৰ বিৰুদ্ধে ৰাষ্ট্ৰসংঘৰ নিষেধাজ্ঞা।
▶️২০০২ চনৰ আজিৰ দিনটোতেই পৰমানন্দ বৰবায়ন আৰু সীমা বিশ্বাসলৈ সংগীত নাটক একাডেমী বঁটা ঘোষণা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৪ নৱেম্বৰ
Prev Post
Next Post
You might also like