➡️১৫২৫ চনৰ এই দিনটোতেই সিন্ধু প্ৰদেশেৰে বাবৰৰ পঞ্চম ভাৰত আক্ৰমণ অভিযান।
➡️১৫৫৮ চনত কুইন এলিজাবেথ ইংলেণ্ডৰ ৰাণী।
➡️১৫৫৭ চনত ইংৰাজে চিপাহী বিদ্ৰোহীসকলৰ পৰা লক্ষ্মৌ উদ্ধাৰ কৰে।
➡️১৯২৮ চনত স্বাধীনতা সংগ্ৰামী লালা লাজপত ৰায়ৰ দেহাৱসান।
➡️১৯৩২ চনত তৃতীয় তথা অন্তিম ঘূৰণীয়া মেজমেল।
➡️১৯৩৯ চনত ছৈয়দ মহম্মদ চাদুল্লা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।
➡️১৯৬৬ চনত ৰীতা ফাৰিয়া ‘মিছ ৱল্ড´’ খিতাপ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয়।
➡️১৯৯১ চনত দক্ষিণ আফ্ৰিকাত গনতন্ত্ৰ প্ৰতিষ্ঠা।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১৭ নৱেম্বৰ
Next Post
You might also like