▶️আজি ছামোৱাৰ ৰাষ্ট্ৰীয় দিৱস।
▶️আজি পশ্চিম ছাহাৰাৰ ৰাষ্ট্ৰীয় দিৱস।
▶️১৮৭৩ চনৰ আজিৰ দিনটোতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিলোপ। ১৬০৮ চনত মূলতঃ ব্যৱসায়ৰ উদ্দেশ্যে ভাৰতলৈ অহা এইটো কোম্পানীয়ে ক্ৰমে সমগ্ৰ ভাৰততে আধিপত্য বিস্তাৰ কৰে আৰু উনবিংশ শতিকালৈ সমগ্ৰ ভাৰতৰে শাসনকৰ্তা হৈ পৰে।১৮৫৮ চনত ভাৰতৰ শাসনৰ দায়িত্ব ইংৰাজ চৰকাৰৰ হাতলৈ নিয়াত কোম্পানীৰ শাসনৰ অন্ত পৰে।
▶️১৯২৬ চনৰ আজিৰ দিনটোতেই হলীউডৰ প্ৰখ্যাত অভিনেত্ৰী মেৰিলীন মনৰোৰ জন্ম হৈছিল।
▶️১৯৩৬ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম হৈছিল।
▶️১৯৪০ চনৰ এই দিনটোতেই গল্পকাৰ-ঔপন্যাসিক লুম্মেৰ দাইৰ জন্ম হৈছিল।
▶️১৯৫৫ চনৰ আজিৰ দিনটোতেই ভাৰতত অস্পৃশ্যতা নিৰোধক আইন প্ৰৱৰ্তন।
▶️১৯৬৪ চনৰ এই দিনটোতেই ১৯৫৭ চনত প্ৰৱৰ্তন কৰা ‘নয়া পইচা’ক কেৱল ‘পইচা’ ৰূপে নামাকৰণ।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই অন্ধ-বধিৰ মাৰ্কিন লেখিকা হে…
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ১ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
You might also like