▶️আজি বিশ্ব শৰণাৰ্থী দিৱস।
▶️আজি বিষ্ণু ৰাভা দিৱস।
▶️১৮৯৭ চনৰ আজিৰ দিনটোতেই সাহিত্যিক ৰত্নকান্ত বৰকাকতিৰ জন্ম হৈছিল।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈৰ জন্ম হৈছিল।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই অসম আন্দোলনৰ প্ৰথম শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জন্ম হৈছিল।
▶️১৯৬৯ চনৰ আজিৰ দিনটোতেই কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু ঘটিছিল।
▶️১৯৮৭ চনৰ এই দিনটোতেই পক্ষীবিদ ছালিম আলীৰ মৃত্যু ঘটিছিল।
▶️১৯৯৪ চনৰ আজিৰ দিনটোতেই গীতিকাৰ, সংগীতজ্ঞ পুৰুষোত্তম দাসৰ মৃত্যু।
▶️২০০০ চনৰ আজিৰ দিনটোতেই গল্পকাৰ কুল শইকীয়ালৈ ২০০০ চনৰ ‘কথা সাহিত্য বঁটা’ ঘোষণা।
▶️২০০১ চনৰ আজিৰ দিনটোতেই পাকিস্তানৰ সামৰিক শাসক পাৰভেজ মুছাৰফৰ নিজকে পাকিস্তানৰ ৰাষ্ট্ৰপতি ঘোষণা আৰু শপতগ্ৰহণ।
▶️২০০৩ চনৰ আজিৰ দিনটোতেই মোহিনী ৰাভা,ৰমেন বৰুৱা আৰু হেমোৰাম নাথলৈ ৰাজ্য চৰকাৰৰ সন্মানীয় বিষ্ণু ৰাভা বঁটা।
▶️২০০৫ চনৰ এই দিনটোতেই ভাৰতৰ অৰ্থনীতিৰ প্ৰভাৱশালী গোষ্ঠী ৰিলায়েঞ্চ গ্ৰুপ অব ইণ্ডাষ্টিজৰ বিভাজন।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই চিত্ৰশিল্পী বেণু মিশ্ৰ আৰু হেমাংগিনী বৰদলৈলৈ ২০০৬ বৰ্ষৰ বিষ্ণু ৰাভা বঁটা।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
আজি ২০ জুন
NE Bharat 24 is the most authentic and boldest news T.V.news platform.
Next Post
You might also like