➡️১৮৫৭ ভাৰতত চিপাহী বিদ্ৰোহৰ ইংগিত। বংগত এই বিদ্ৰোহৰ সম্ভাৱনাৰ সূচনা।
➡️১৮৫৮ স্বাধীনতা সংগ্ৰামী মণিৰাম দেৱান আৰু পিয়লি বৰুৱাৰ ফাঁচী।
➡️১৯৬৬ স্বাধীনতা সংগ্ৰামী, সমাজসেৱক বিনায়ক দামোদৰ ছাভাৰকাৰৰ মৃত্যু।
Related Posts
➡️১৯৮১ বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ মৃত্য়ু।
➡️১৯৮৩ সাহিত্য়িক, জীৱনীকাৰ নন্দ তালুকদাৰৰ মৃত্যু।
➡️২০০১ যশস্বী ক্ৰিকেট খেলুৱৈ ছাৰ ডন ব্ৰেডমেনৰ মৃত্যু।