স্প’ৰ্টছ ডেস্ক:
সোমবাৰে এছিয়া কাপ ২০২৩ৰ বাবে ভাৰতৰ ১৭ জনীয়া ক্ৰিকেট দল ঘোষণা। দিল্লীত অধিনায়ক ৰোহিত শৰ্মা আৰু মুখ্য নিৰ্বাচক অজিত আগৰকাৰে এখন সংবাদমেলত সদৰি কৰে দলটোৰ সদস্যসকলৰ নাম।
দল: ৰোহিত শৰ্মা (অধিনায়ক), শুভমন গিল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, সূৰ্য্যকুমাৰ যাদৱ, তিলক বৰ্মা, ঈশান কিষাণ, হাৰ্দিক পাণ্ডিয়া, ৰবীন্দ্ৰ জাদেজা, অক্ষৰ পেটেল, শাৰদুল ঠাকুৰ, যছপ্ৰিত বুমৰাহ, মহম্মদ চামী, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, প্ৰসিদ্ধ কৃষ্ণ, আৰু সঞ্জু চেমচন (অতিৰিক্ত)।