নিউজ ডেস্ক:
বিগত ২৪ ঘণ্টাত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে ১০ গৰাকী লোক। ৪ গৰাকী আক্ৰান্ত গৰাকী কামৰূপ (মেট্ৰ’) জিলাৰ। যোৱা ২৪ ঘণ্টাত কোভিডত মৃত্যু হোৱা নাই কোনো আক্ৰান্তৰ। পজিটিভিটিৰ হাৰ ১.২২ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৫৭ শতাংশ।
আনহাতে দেশত বিগত ২৪ ঘণ্টাত কোভিডত আক্ৰান্তৰ সংখ্যা ১,১১২ গৰাকী । পজিটিভিটিৰ হাৰ ০.৭৭ শতাংশ। আৰোগ্যৰ হাৰ ৯৮.৭৭ শতাংশ। দেশত মুঠ আক্ৰান্তৰ সংখ্যা ২০,৮২১ গৰাকী।