জম্মুত ভয়ংকৰ পথ দুৰ্ঘটনা !

নেচনেল ডেস্ক:

নিবাৰে জম্মু আৰু কাশ্মীৰৰ ৰিয়াচি জিলাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । ৰিয়াচি জিলাৰ ৰাজৌৰী চহৰৰ পৰা শিৱ খোৰী মন্দিৰলৈ ভক্তক কঢ়িয়াই নিয়া এখন বাছ পথৰ পৰা বাগৰি গৈ এটা খাৱৈত পৰি যোৱাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ ফলত দুগৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ গৰাকীৰ আহত হয়। তথ্য অনুসৰি, দুৰ্ঘটনাটোত এগৰাকী মহিলা আৰু এটি ১৪ বছৰীয়া কিশোৰৰ মৃত্যু হয়। দুৰ্ঘটনাটোৰ পিছতে আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ ওচৰৰ চিকিত্‍সালয়ত ভৰ্তি কৰে।।

You might also like
Leave A Reply

Your email address will not be published.