নিযুক্তি পৰীক্ষা দিবলৈ গৈ মৃত্যু এজন চাকৰি প্ৰত্যাশী যুৱকৰ!

নিযুক্তি পৰীক্ষা দিবলৈ গৈ মৃত্যু এজন চাকৰি প্ৰত্যাশী যুৱকৰ!

নেচনেল ডেস্ক:

ৰক্ষীৰ গাড়ী চালক পদত নিযুক্তিৰ বাবে অনুষ্ঠিত হোৱা শাৰীৰিক যোগ্যতাৰ পৰীক্ষা দি থকাৰ অৱস্থাতে মৃত্যুক সাৱটি ললে এজন ২৬ বছৰীয়া যুৱকে। মুম্বাইত চালক পদৰ বাবে হোৱা শাৰীৰিক যোগ্যতা পৰীক্ষাৰ ১৬০০ মিটাৰৰ দৌৰত অংশগ্ৰহণ কৰি দৌৰি থকা অৱস্থাতে সংঘটিত হয় ঘটনাটো । আৰক্ষীয়ে জনোৱা মতে দৌৰ সমাপ্ত হ’বলৈ কিছু বাকী থকাৰ সময়তে মূৰ ঘূৰাই খেলপথাৰতে ঢলি পৰি মৃত্যুৰ মুখত পৰে গণেশ উত্তম উগালে নামৰ প্ৰাৰ্থীগৰাকী।।

You might also like
Leave A Reply

Your email address will not be published.