বিশ্ব গ্রন্থ আৰু গ্ৰন্থস্বত্ব দিৱস।
➡️১৫০৪ দ্বিতীয় শিখ গুৰু অংগদৰ জন্ম।
➡️১৬১৬ প্রসিদ্ধ ইংৰাজ নাট্যকাৰ আৰু কবি উইলিয়াম শ্বেইক্সপীয়েৰৰ মৃত্যু।
* স্পেইনৰ ঔপন্যাসিক ছাভেদ্রা মিগুৱেল ডি কার্ভেন্টিজৰ মৃত্যু।
➡️১৯১৬ বাল গংগাধৰ তিলকৰ উদ্যোগত মহাৰাষ্ট্ৰত ‘হোমৰুল লীগ’ বা ‘স্বৰাজ লীগ’ গঠন।
➡️১৮৫০ ইংৰাজ কবি উইলিয়াম ৱৰ্ডছৱৰ্থৰ মৃত্যু।
➡️১৮৫৮ জার্মান বিজ্ঞানী মেক্স প্লাংকৰ (সম্পূর্ণ নাম মেক্স কার্ল আর্নেষ্ট লাডবীগ প্লাংক) জন্ম। কোৱান্টামবাদ প্লাংকৰ উল্লেখযোগ্য অৱদান।
➡️১৯৮০ প্ৰথম অসমীয়া ৰাজ্যপাল বিষ্ণুৰাম মেধিৰ মৃত্যু।
➡️১৮৫৭ চনৰ পৰা ১৯৬৪ চনলৈ বিষ্ণুৰাম মেধিয়ে তামিলনাডুৰ ৰাজ্যপাল ৰূপে কার্যনির্বাহ কৰিছিল।
➡️১৯৮৪ এইছৰ ভাইৰাছ আবিষ্কাৰ আৰু চিনাক্তকৰণ।
➡️১৯৯২ যশস্বী চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ, মৃত্যু।
➡️২০০৭ ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বৰিছ য়েল্টছিনৰ মৃত্যু।