অ’মিক্ৰনত বিশ্বৰ প্ৰথমজন ৰোগীৰ মৃত্যু!

ইংলেণ্ডত অ’মিক্ৰনত মৃত্যু এজনৰ। ক’ভিড-১৯ৰ অ’মিক্ৰন ভেৰিয়েণ্টত ইংলেণ্ডত এজন লোকৰ মৃত্যুৰ খৱৰ সদৰি কৰিছে প্ৰধানমন্ত্ৰী বৰিছ জনছনে।পশ্চিম লণ্ডনৰ পেডিংটনৰ ওচৰৰ এটা টিকাকৰণ ক্লিনিক পৰিদৰ্শনৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে এই কথা সদৰি কৰে। উল্লেখ্য যে, ইংলেণ্ডত ক’ভিডৰ অ’মিক্ৰন ভেৰিয়েণ্টত মৃত্যু হোৱা এইটোৱেই বিশ্বৰ প্ৰথমটো ঘটনা।।

You might also like
Leave A Reply

Your email address will not be published.