অষ্ট্ৰেলিয়াত ভাৰতীয় যুবকক গুলীয়ই হত্যা!

ইণ্টাৰনেচনেল ডেস্ক:

ষ্ট্ৰেলিয়াত ভাৰতীয় যুবকক গুলীয়ই হত্যা। মৃত যুৱকজন তামিলনাডুৰ ৰহমতুল্লাহ চৈয়দ বুলি চিনাক্ত। অষ্ট্ৰেলিয়া আৰক্ষীয়ে গুলীয়াই হত্যা কৰে যুবকজনক। যুবকজনৰ বিৰুদ্ধে এজন চাফাইকৰ্মীক ছুৰীৰে আক্ৰমন কৰাৰ অভিযোগ। আৰক্ষীকো আক্ৰমনৰ অভিযোগ ৰহমতুল্লাৰ বিৰুদ্ধে। ছি়ডনীৰ আৰবান ৰে’লৱে ষ্টেচনৰ সমীপত এই ঘটনা। অষ্ট্ৰেলীয়া আৰক্ষীৰ পৰা ঘটনা সন্দৰ্ঙত প্ৰতিবেদন বিচাৰিছে ভাৰতীয় দূতাবাসে।।

You might also like
Leave A Reply

Your email address will not be published.