অসম আৰক্ষীত পুনৰ সালসলনি

অসম আৰক্ষীত পুনৰ সালসলনি

সুভাশীষ বৰুৱাক গুৱাহাটী (পশ্চিম)ৰ আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত হিচাপে বদলি

জগদীশ দাসক জেষ্ঠ আৰক্ষী অধিক্ষক (ব’ৰ্ডাৰ),যোৰহাটৰ (অতিৰিক্ত আৰক্ষী অধিক্ষক ৰেংক) হিচাপে বদলি তথা নিযুক্তি

জ্যোতি ৰঞ্জন নাথক মানকাচাৰ,দক্ষিণ শালমাৰাৰ 26th AP(IR) ৰ SSI হিচাপে বদলি তথা নিযুক্তি

নিৰুপম হাজৰিকাক নগাওৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I) হিচাপে বদলি তথা নিযুক্তি

হিৰণ্য কুমাৰ বৰ্মনক যোৰহাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I)হিচাপে বদলি তথা নিযুক্তি

প্ৰনব কুমাৰ পেগুক তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক(S&I) হিচাপে বদলি তথা নিযুক্তি

অমিতাভ বসুমতাৰীক চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি তথা নিযুক্তি

উজ্বল প্ৰতিম বৰুৱাক বাক্সাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ)হিচাপে বদলি তথা নিযুক্তি

মুকুত ৰাভাক CDO Bn মান্দাকাটাৰ উপ অধিনায়ক হিচাপে বদলি তথা নিযুক্তি

মুনিন্দ্ৰ নাথ দেউৰীক SSO ৰ CCVDO হিচাপে বদলি তথা নিযুক্তি

সুৰজিত সিং পানেছাৰক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

কুলেন্দ্ৰ নাথ ডেকাক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (B) হিচাপে বদলি তথা নিযুক্তি

ৰামহাও ডাংগেলক কোকৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I) হিচাপে বদলি তথা নিযুক্তি

সত্যৰঞ্জন শইকীয়াক দক্ষিণ শালমাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

পাৰ্থ প্ৰতিম শইকীয়াক কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

সুমন চক্ৰৱৰ্তীক হাইলাকান্দিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

ৰাজেন্দ্ৰ ওজাক শদিয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

মানবেন্দ্ৰ গগৈক শিৱসাগৰৰ 25th AP(IR) BN 25th AP (ONGC) Bn হিচাপে বদলি তথা নিযুক্তি

সুমিতা শৰ্মাক 4th AP Bn, কাহিলীপাৰা,গুৱাহাটীলৈ বদলি তথা নিযুক্তি

প্ৰশান্ত দত্তক 16th AP(IR)Bn,বৰমনিপুৰলৈ বদলি তথা নিযুক্তি

পল্লবী মজুমদাৰক 15th AP(IR)Bn,
কৰিমগঞ্জ,এচ বি অৰগেনাইজেছন সংলগ্ম হিচাপে বদলি তথা নিযুক্তি

দেবশ্ৰী চৌধুৰীক চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I) হিচাপে বদলি তথা নিযুক্তি

শান্তনু কুমাৰ দত্তক মাজুলিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

চফিকুল হুছেইনক শোনিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I) হিচাপে বদলি তথা নিযুক্তি

নিত্য ৰঞ্জন চুতিয়াক লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

অলিন্দিতা গগৈক নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (S&I) হিচাপে বদলি তথা নিযুক্তি

গুনেন্দ্ৰ ডেকাক ধেমাজিৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

ৰ’জি ৰাণী শৰ্মাক ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

মেৰীলিন জলচাংমাক 6th APBn,শিলচৰলৈ বদলি তথা নিযুক্তি

মৌচুমী কলিতাক অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত(B) গুৱাহাটীলৈ হিচাপে বদলি তথা নিযুক্তি

অঞ্জন পণ্ডিতক গোলাঘাটৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

পুৰবী মজুমদাৰক 10th APBn লৈ বদলি তথা নিযুক্তি

নিৰ্মল বৈশ্যক 15th AP(IR)Bn কৰিমগঞ্জলৈ বদলি তথা নিযুক্তি

আনন্দ টকবিক উপ অধিনায়ক,কমাণ্ড’ বেটেলিয়ন, মান্দাকাটালৈ বদলি তথা নিযুক্তি

পনজিৎ দুৱৰাক হোজাইৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

বলিন দেউৰীক হামৰেনৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

চিত্ৰেন কুমাৰ গগৈক 8th APBn তথা সংলগ্ন প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল

মৃনাল ডেকাক গোৱালপাৰাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

দিপজ্যোতি তালুকদাৰক আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (S&I),গুৱাহাটীলৈ বদলি তথা নিযুক্তি

ড: প্ৰদীপ শইকীয়াক বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

সুপ্ৰতিভ লাল বৰুৱাক মৰিগাৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

নুমল মহট্টক আৰক্ষীৰ অতিৰিক্ত উপ আয়ুক্ত (অপৰাধ),গুৱাহাটীলৈ বদলি তথা নিযুক্তি

প্ৰাঞ্জল বৰাক দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (HQ) হিচাপে বদলি তথা নিযুক্তি

সিদ্ধাৰ্থ কুমাৰ বুৰাগোঁহাইক দৰঙৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (B) হিচাপে বদলি তথা নিযুক্তি

লীলাবাৰী ,লখিমপুৰ 13th APBn ৰাহুল প্ৰতিম দাসক প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ সুৰক্ষাৰ অতিৰিক্ত দায়িত্ব

You might also like
Leave A Reply

Your email address will not be published.